ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান( IIT ) গুৱাহাটীত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান( IIT ) গুৱাহাটীত পদখালী

ভাৰতীয় কাৰিকৰী অনুষ্ঠান গুৱাহাটীত, কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ অধীনত "Design of a framework to resist image–based adversarial attacks on deep learning models" নামৰ প্ৰকল্পৰ বাবে প্ৰকল্প সহায়ক - ১ৰ (১১মাহৰ বাবে), খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : প্ৰকল্প সহায়ক - ১

খালী পদৰ সংখ্যা : ০১টা

প্ৰকল্পৰ নাম : "Design of a framework to resist image–based adversarial attacks on deep learning models"

বয়স : উল্লেখিত নাই

দৰমহা : সৰ্বমুঠ ৫৫,৭৭০/- টকা (৪৭,০০০/- টকা + HRA ৭৫২০/- টকা + স্বাস্থ্য সম্বন্ধীয় ১২৫০/- টকা)

অৱস্থান : গুৱাহাটী, অসম

অন্তিম তাৰিখ : ০৩/১১/২০২১

অনলাইন সাক্ষাৎকাৰ : ১০/১১/২০২১

শিক্ষাগত অৰ্হতা :

• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো খ্যাতি প্ৰাপ্ত অনুষ্ঠানৰ (যেনে IIT, ISI, IISc, IIIT, NIT বা সমান্তৰাল) পৰা কম্পিউটাৰ বিজ্ঞান/ বৈদ্যুতিক আৰু অণুবিদ্যুৎ অভিযান্ত্ৰীক বিষয়ত P. Hd ৰ(গৱেষণা গ্ৰন্থ জমা কৰা প্ৰাৰ্থীয়েও আবেদন কৰিব পাৰে) গৱেষণা গ্ৰন্থ খ্যাত সন্মিলন বা পত্ৰিকাত যেনে IEEE বা ACM যোগেশালীন প্ৰকাশন হোৱা লাগিব।

• দীপ লাৰ্নিং আৰু এচোছিয়ে্টেড প্ৰগ্ৰামিংৰ ভাল জ্ঞান থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

• ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সকলে নিজৰ বায়ডাটা অনলাইন যুলোগে উল্লেখিত ইমেইল লৈ প্ৰেৰণ কৰিব লাগিব।

Meil : arijit@iitg.ac.in

• ইমেইলৰ বিষয়ত "Application for the post of Research Associate" লিখিব লাগিব।

• প্ৰাৰ্থীক খুব সম্ভৱ এখন প্ৰসংগপত্ৰ গোটাবলৈ চেষ্টা কৰিবলৈ অনুৰোধ জনোৱা হ'ল, যিয়ে প্ৰাৰ্থীক প্ৰাধান্য দিয়াৰ সহায় কৰে।

বাছনি প্ৰক্ৰিয়া :

• সাক্ষাৎকাৰ

সময় : পুৱা ১০বজাৰ পৰা

তাৰিখ : ১০/১১/২০২১

• বাছনি কৰা প্ৰাৰ্থীসকলক ইমেইল যোগে সাক্ষাৎকাৰৰ কথা অৱগত কৰোৱা হ'ব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com