আই আই টি গুৱাহাটীত সহযোগী প্ৰকল্প অভিযন্তাৰ প্ৰয়োজন

আই আই টি গুৱাহাটীয়ে সহযোগী প্ৰকল্প অভিযন্তা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
আই আই টি গুৱাহাটীত সহযোগী প্ৰকল্প অভিযন্তাৰ প্ৰয়োজন
Published on: 

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৩০হেজাৰ টকাৰ পৰা ৩৯হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।

ঠিকনাঃ Address: GATE-JAM Office, IIT Guwahati, Guwahati - 781 039

সাক্ষাতকাৰৰ পদ্ধতিঃ: Skype Interview

আবেদন জনোৱাৰ নিয়মঃ স্কাইপত অনলাইন সাক্ষাকাৰত অৱতীৰ্ণ হব লাগিব। সম্পূৰ্ণ বায়ডাটা ৩১ জুলাই, ২০২০ৰ সন্ধিয়া পাঁচ বজালৈকে gate@iitg.ac.in লৈ প্ৰেৰণ কৰিব পাৰিব। সবিশেষ জানিবলৈ http://www.iitg.ac.in/ckfinder/userfiles/files/Assoc_Project_Engg_Advertisement_GATE2021.pdfচাওক 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com