তেজপুৰ বিশ্ববিদ্যালয়ত পৰীক্ষাগাৰ সহায়ক নিযুক্তি

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে পৰীক্ষাগাৰ সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
তেজপুৰ বিশ্ববিদ্যালয়ত পৰীক্ষাগাৰ সহায়ক নিযুক্তি

খালী পদৰ সংখ্যাঃ ২টা।

দৰমহাঃ মাহিলী ২০ হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ তেজপুৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।

বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখ সৰ্বোচ্চ ২৮ বছৰ।চৰকাৰী নিয়ম অনুসৰি বয়সৰ উৰ্ধসীমা বৃদ্ধি পাব পাৰে।

ঠিকনাঃ : Dr. Ashalata Devi, Associate Professor Department of Environmental Science Tezpur University, Nappam, Tezpur - 784028, Assam।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ চূড়ান্ত তালিকাত স্থানপ্ৰাপ্ত প্ৰাৰ্থীক সাক্ষাত্কাৰলৈ মতা হ'ব। সাক্ষাতকাৰৰ বিষয়ে বাছনিভুক্ত প্ৰাৰ্থীক আগতীয়াকৈ জনোৱা হব।

সবিশেষ জানিবলৈ http://www.tezu.ernet.in/ProjectWalkin/Advt-DoRD-EnvSc-AD-20-472-1293-A.pdfচাওক।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com