এ গ্ৰেড বিষয়া নিযুক্তিৰ বাবে 'ছেবি'ৰ আবেদন আহ্বান

এ-গ্ৰেড বিষয়া নিযুক্তিৰ বাবে ভাৰতীয় শ্বেয়াৰ বজাৰ তদাৰক(ছেবি)সংস্থাই আবেদন বিচাৰিছে।
এ গ্ৰেড বিষয়া  নিযুক্তিৰ বাবে 'ছেবি'ৰ আবেদন আহ্বান

খালী পদৰ সংখ্যাঃ ১৪৭টা।

দৰমহাঃ ২৮,১৫০টাৰ পৰা ৫৫,৬০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।

আবেদনৰ নিয়মঃ অনলাইন আবেদন প্ৰ-পত্ৰত এক নম্বৰ পৰ্যায়ত তিনিটা কেন্দ্ৰ বাছিব পাৰিব। দ্বিতীয় পৰ্যায়ত এটা কেন্দ্ৰ বাছিব পাৰিব। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰাৰ্থীয়ে বাছনি কৰি দিয়া কেন্দ্ৰ পৃথক হব পাৰে। এই বিষয়ে অনলাইন প্ৰ-পত্ৰত উল্লেখ কৰিব লাগিব। পৰীক্ষা কেন্দ্ৰত প্ৰাৰ্থীয়ে নিজা ব্যৱস্থাৰে উপস্থিত হব লাগিব। ছেবিয়ে থকা-খোৱাৰ কোনো ব্যৱস্থা নকৰে। কোনো হৰণ-ভগনৰ দায়িত্ব ছেবিয়ে গ্ৰহণ নকৰে। অহা ৩১ জুলাইলৈকে অনলাইনত আবেদন জনাব পাৰিব।

সবিশেষ জানিবলৈ https://ibpsonline.ibps.in/sebioflmar20/ চাওক। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com