মহাত্মা গান্ধী বিশ্ববিদ্যালয়ত উপ-গ্ৰন্থগাৰিক নিয়োগ

মহাত্মা গান্ধী বিশ্ববিদ্যালয়ে উপ-গ্ৰন্থগাৰিক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
মহাত্মা গান্ধী বিশ্ববিদ্যালয়ত উপ-গ্ৰন্থগাৰিক নিয়োগ

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৭৯,৮০০টকা।

নিযুক্তিৰ স্থানঃ পূৰৱী চম্পাৰণ

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৪-০৭-২০২০।

আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণী, অ বি চি আৰু আৰ্থিকভাবে পিছ পৰা শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ১০০০টকা। এছ চি, এছ টি, শাৰীৰিকভাবে অক্ষম আৰু মহিলা প্ৰাৰ্থীয়ে আবেদনৰ মাচুল দিব নালাগে।

ঠিকনা : OSD Administration Mahatma Gandhi Central University Dr Ambedkar Administrative Building Raghunathpur, Near OP Thana, Motihari – 845 401 District – East Champaran, Bihar (INDIA)।

আবেদনৰ নিয়মঃ আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে ২৪ জুলাইৰ নিশা ১১-৫৯ বজালৈকে আবেদন জনাব পাৰিব।

সবিশেষ জানিবলৈ http://mgcub.ac.in/pdf/2020070304053521dfe3addc.pdf চাওক।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com