উত্তৰাঞ্চল কয়লাক্ষেত্ৰ লিমিটেডৰ টেকনিচিয়ান নিযুক্তি

উত্তৰাঞ্চল কয়লাক্ষেত্ৰ লিমিটেডে টেকনিচিয়ান নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
উত্তৰাঞ্চল কয়লাক্ষেত্ৰ লিমিটেডৰ টেকনিচিয়ান নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ ৪৩৩টা।

নিযুক্তিৰ স্থানঃ ছিংগ্ৰাউলী।

বয়সৰ সীমাঃ ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰত।

আবেদনৰ মাচুলঃ অংসৰক্ষিত, অ বি চি আৰু আৰ্থিকভাবে পিছপৰা প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫০০টকা। এছ চি, এছ টি, শাৰীৰিকভাবে বাধাগ্ৰস্ত প্ৰাৰ্থীয়ে আবেদনৰ মাচুল দিব নালাগে।

ঠিকনাঃ Northern Coalfields Limited, Panjreh Bhawan, Morwa , Singrauli-486889,M.P.,India

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৮-২০২০।

সবিশেষ জানিবলৈ http://www.nclcil.in/ চাওক। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com