চাকৰি
ৰাষ্ট্ৰীয় বীজ নিগম লিমিটেডৰ সহকাৰী নিযুক্তি
ৰাষ্ট্ৰীয় বীজ নিগম লিমিটেডে সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
খালী পদৰ সংখ্যাঃ ৩টা।
দৰমহাঃ ২২হেজাৰ টকাৰ পৰা ৭৭হেজাৰ টকা।
বয়সৰ সীমাঃ ৩০ বছৰতকৈ অধিক হ'ব নালাগিব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২২-০৭-২০২০।
আবেদনৰ নিয়মঃ কেৱল অনলাইন আবেদনহে গ্ৰহণ কৰা হব। আনধৰণে প্ৰেৰণ কৰা আবেদন গ্ৰহণ কৰা নহ'ব। অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে www.indiaseeds.com ৰ পৰা আবেদন জনাব পাৰিব। প্ৰা্ৰ্থীয়ে নিজৰ শেহতীয়া পাছপৰ্ট ফটো প্ৰেৰণ কৰিব লাগিব। লগতে প্ৰাৰ্থীয়ে স্বাক্ষৰ, প্ৰত্যায়িত বা স্ব-প্ৰত্যায়িত প্ৰমাণপত্ৰৰ কপি আদি প্ৰেৰণ কৰিব লাগিব।
সবিশেষ জানিবলৈ www.indiaseeds.com চাওক।
আৰু চাব পাৰেঃ ৰাষ্ট্ৰীয় বীজ নিগম লিমিটেডৰ সহকাৰী নিযুক্তি

