Begin typing your search above and press return to search.

আই আই টি গুৱাহাটীত প্ৰকল্প টেকনিচিয়ানৰ পদ খালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহা আদিৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :

আই আই টি গুৱাহাটীত প্ৰকল্প টেকনিচিয়ানৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Dec 2021 11:35 AM GMT


আই আই টি গুৱাহাটীৰ বিষয়ে জানক :

গুৱাহাটীত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান ভাৰত চৰকাৰ দ্বাৰা প্ৰতিস্থাপিত ৰাজহুৱা কাৰিকৰী আৰু গৱেষণা বিশ্ববিদ্যালয়। গুৱাহাটীতস্থিত এই অনুষ্ঠান ভাৰতত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠানসমূহৰ ভিতৰত ষষ্ঠ স্থানত আছে। ভাৰত চৰকাৰৰ দ্বাৰা এই অনুষ্ঠানক ভাৰতৰ অন্যতম গুৰত্বপূৰ্ণ শিক্ষা অনুষ্ঠান ৰূপে পৰিগণিত কৰা হয়।

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত পদখালী :

ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠানত শেহতীয়াভাবে প্ৰকল্প টেকনিচিয়ানৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :

পদৰ নাম

প্ৰকল্প টেকনিচিয়ান

খালী পদৰ সংখ্যা

০১

দৰমহা

মাহিলী ১১,২০০টকা।

পদৰ স্থান

গুৱাহাটী, অসম

অন্তিম তাৰিখ

৮ ডিচেম্বৰ, ২০২১

সাক্ষাতকাৰৰ তাৰিখ

৯ ডিচেম্বৰ, ২০২১।

কামৰ সময় সীমা

৬ মাহ।

ৱেবচাইট

iitg.ac.in


শিক্ষাগত অৰ্হতা:

কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বি এছ চি কৰা হব লাগিব।

অভিজ্ঞতা:

তিনি বছৰৰ কৰ্মঃঅভিজ্ঞতা থাকিব লাগিব বা জীৱন বিজ্ঞানৰ যিকোনো শাখাত এম এছ চি কৰা হব লাগিব।

উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক:

• প্ৰথমে অফিচিয়েল ৱেবচাইট iitg.ac.in লৈ যাওক

• IIT গুৱাহাটীত নিযুক্তি বা কেৰিয়াৰত আবেদন কৰিব লগা পদ বিচাৰক

• সহকাৰী প্ৰকল্প অভিযন্তাৰ পদৰ বাবে উপলব্ধ আৱেদন ডাউনলোড কৰক

• আবেদন পূৰণ কৰাৰ আগেয়ে আবেদন দাখিলৰ অন্তিম তাৰিখ পৰীক্ষা কৰক

• ভুল নকৰাকৈ আবেদন প্ৰ-পত্ৰ পূৰণ কৰক


আবেদন প্ৰক্ৰিয়া:

ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সকলে নিজৰ আৱেদন kunnumakkara@iitg.ac.in-লৈ ইমেইল যোগে অন্তিম তাৰিখৰ পূৰ্বে প্ৰেৰণ যোগে প্ৰেৰণ কৰিব পৰিব।



আৰু চাব পাৰে : অসম বিত্ত নিগমত ৫ টা বিষয়া পদ খালী আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা,


Next Story
চাকৰি