আই আই টি কাণপুৰৰ নিযুক্তি-২০২২ঃ কনিষ্ঠ সহায়কৰ পদখালী

আই আই টি কাণপুৰে কনিষ্ঠ সহায়ক নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলৰ পৰা আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ
আই আই টি কাণপুৰৰ নিযুক্তি-২০২২ঃ কনিষ্ঠ সহায়কৰ পদখালী

আই আই টি কাণপুৰে শেহতীয়াকৈ কনিষ্ঠ সহায়ক পদত নিযুক্তিৰ বাবে জাননী প্ৰকাশ কৰিছে। অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত পোৱাকৈ আবেদন জনাব পাৰে।

আই আই টি কাণপুৰৰ নিযুক্তি-২০২২ঃ

আই আই টি কাণপুৰী শেহতীয়াভাৱে কনিষ্ঠ সহায়ক পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীসকলৰ পৰা আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, খালীপদৰ সংখ্যা, দৰমহা, বয়সৰ সীমা আদিৰ তথ্য তলত পাব ৷

পদৰ নাম

কনিষ্ঠ সহায়ক

খালী পদ

১১৯টা

দৰমহা

মাহিলী ২১, ৭০০ টকাৰ পৰা ৬৯, ১০০ টকা

চাকৰিৰ অৱস্থান

কাণপুৰ (উত্তৰ প্ৰদেশ)

অন্তিম তাৰিখ

০৯ নৱেম্বৰ, ২০২২

অফিচিয়েল ৱেবছাইট

http://iitk.ac/

শিক্ষাগত অৰ্হতাঃ

প্ৰাৰ্থীসকলৰ যিকোনো স্বীকৃতিপ্ৰাপ্ত ব'ৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ এপ্লিকেচনছত স্নাতক ডিগ্ৰী থাকিবই লাগিব ৷

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ সাক্ষাৎকাৰ ।

আবেদনৰ নিয়মঃ

আই আই টি কাণপুৰৰ ৱেবছাইট iitk.ac.inৰ পৰা ১০১০-২০২২-ৰ পৰা ০৯ নৱেম্বৰ, ২০২২লৈকে আবেদন জনাব পাৰিব।

আই আই টি কাণপুৰৰ বিষয়েঃ

১৯৫৯-ত স্থাপিত আই আই টি কাণপুৰ হৈছে ভাৰত চৰকাৰৰ এক অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান ৷ এই শিক্ষা প্ৰতিষ্ঠানৰ উদ্দেশ্য হৈছে অৰ্থপূৰ্ণ শিক্ষা আগবঢ়োৱা, প্ৰযুক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত নেতৃত্ব প্ৰদানৰ বাবে উচ্চ মানৰ মৌলিক গৱেষণা কৰা আদি ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com