ভাৰত চৰকাৰৰ মিণ্ট প্ৰতিষ্ঠানত বিভিন্ন ধৰণৰ পদখালী

ভাৰত চৰকাৰৰ মিণ্ট প্ৰতিষ্ঠানে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷
ভাৰত চৰকাৰৰ মিণ্ট প্ৰতিষ্ঠানত বিভিন্ন ধৰণৰ পদখালী
Published on

পদসমূহঃ

ছুপাৰভাইজৰ ৷

খালী পদৰ সংখ্যাঃ ১২টা ৷

দৰমহাঃ ২৬ হেজাৰ টকাৰ পৰা এক লাখ টকা ৷

এনগ্ৰেভাৰ

খালী পদৰ সংখ্যাঃ ০৭টা ৷

দৰমহাঃ ৮,৫০০টকাৰ পৰা ২০, ৮৫০টকা ৷

কনিষ্ঠ কাৰ্যালয় সহায়ক

খালী পদৰ সংখ্যাঃ এটা ৷

দৰমহাঃ ৮, ৩৫০টকাৰ পৰা ২০, ৪৭০টকা ৷

কনিষ্ঠ টেকনিচিয়ান ৷

খালী পদৰ সংখ্যাঃ এটা ৷

বয়সৰ সীমাঃ ছাপাৰভাইজৰৰ ক্ষেত্ৰত সৰ্বোচ্চ ৩০বছৰ। কনিষ্ঠ টেকনিচিয়ানৰ ক্ষেত্ৰত সৰ্বোচ্চ ২৫বছৰ আৰু কনিষ্ঠ কাৰ্যালয় সহায়ক/এনগ্ৰেভাৰৰ ক্ষেত্ৰত ২৮বছৰ ৷

শিক্ষাগত অৰ্হতাঃ অভিযান্ৰিকৰ ডিপ্ল'মা ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com