ডাক বিভাগত এম টি এছ নিযুক্তি

ডাক বিভাগে মাল্টি টাস্কিং ষ্টাফ(এম টি এছ)নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ডাক বিভাগত এম টি এছ নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ ৪৫টা।

দৰমহাঃ মাহিলী ১৮ হেজাৰ টকাৰ পৰা ৪৫হেজাৰ টকা।

নিযুক্তিৰ স্থানঃআহমেদাবাদ।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৩৫ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।

সবিশেষ জানিবলৈ https://www.indiapost.gov.in/VAS/Pages/Recruitment/1384_10_2020.pdf চাওক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com