ডাক বিভাগত এম টি এছ নিযুক্তিৰ বাবে আবেদন আহ্বান

ডাক বিভাগে মাল্টি টাস্কিং ষ্টাফ (এম টি এছ) নিযুক্তিৰ বাবে আবেদন আহ্বান
ডাক বিভাগত এম টি এছ নিযুক্তিৰ বাবে আবেদন আহ্বান

খালী পদৰ সংখ্যাঃ ৪৫টা।

দৰমহাঃ মাহিলী ১৮ হেজাৰ টকাৰ পৰা ৪৫হেজাৰ টকা।

নিযুক্তিৰ স্থানঃআহমেদাবাদ।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৩৫ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।

আবেদনৰ মাচুলঃ ১২০টকা।

ঠিকনাঃ : O/o Chief Postmaster General, Gujarat Circle, Khanpur, Ahmedabad — 380 001।

সবিশেষ জানিবলৈ https://www.indiapost.gov.in/VAS/Pages/Recruitment/1384_10_2020.pdf চাওক।

আবেদন gujsportsrect@gmail.comলৈ প্ৰেৰণ কৰিব পাৰিব।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com