Begin typing your search above and press return to search.

মহাত্মা গান্ধী বিশ্ববিদ্যালয়ত অভিযন্তা নিযুক্তি

কেৰালাৰ কট্টায়ামস্থিত মহাত্মা গান্ধী বিশ্ববিদ্যালয়ে জ্যেষ্ঠ হাৰ্ডৱেৰ/ নেটৱৰ্কিং অভিযন্তা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

মহাত্মা গান্ধী বিশ্ববিদ্যালয়ত অভিযন্তা নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-07-30T19:07:26+05:30

খালীপদৰ সংখ্যাঃ ২টা।

দৰমহাঃ মাহিলী ২০ হেজাৰ টকা।

বয়সৰ সীমাঃ ০১-০১-২০২০ত ১৮ বছৰতকৈ কম আৰু ৩৬ বছৰতকৈ অধিক হব নালাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়স ৰেহাই পাব।

নিযুক্তিৰ স্থানঃ কট্টায়াম।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে আনুসংগিক নথিপত্ৰৰ কপিসহ অহা ৪ আগষ্টৰ ভিতৰত ada4@mgu.ac.inলা ঐবেদন প্ৰেৰণ কৰিব পাৰিব।

সবিশেষ জানিবলৈ https://www.mgu.ac.in/uploads/2020/07/17299-SYSTEM_MANAGER_AND_COM_PGMR-2019-CETEX-5.pdf?x82015 চাওক।

আৰু চাব পাৰেঃ গুৱাহাটীত তথ্য-সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত বিষয়া নিযুক্তি

Next Story