মহাত্মা গান্ধী বিশ্ববিদ্যালয়ত অভিযন্তা নিযুক্তি

কেৰালাৰ কট্টায়ামস্থিত মহাত্মা গান্ধী বিশ্ববিদ্যালয়ে জ্যেষ্ঠ হাৰ্ডৱেৰ/ নেটৱৰ্কিং অভিযন্তা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
মহাত্মা গান্ধী বিশ্ববিদ্যালয়ত অভিযন্তা নিযুক্তি

খালীপদৰ সংখ্যাঃ ২টা।

দৰমহাঃ মাহিলী ২০ হেজাৰ টকা।

বয়সৰ সীমাঃ ০১-০১-২০২০ত ১৮ বছৰতকৈ কম আৰু ৩৬ বছৰতকৈ অধিক হব নালাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়স ৰেহাই পাব।

নিযুক্তিৰ স্থানঃ কট্টায়াম।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে আনুসংগিক নথিপত্ৰৰ কপিসহ অহা ৪ আগষ্টৰ ভিতৰত ada4@mgu.ac.inলা ঐবেদন প্ৰেৰণ কৰিব পাৰিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com