গুৱাহাটীত তথ্য-সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত বিষয়া নিযুক্তি

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অতিৰিক্ত আঞ্চলিক বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
গুৱাহাটীত তথ্য-সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত বিষয়া নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৬৭,৭০০টকাৰ পৰা ২,০৮,৭০০টকা।

বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬বছৰতকৈ অধিক হব নালাগিব।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৪-০৯-২০২০। 

ঠিকনাঃ Under Secretary (Films), Ministry of Information and Broadcasting, A-Wing, Shastri Bhavan, New Delhi-l10001।

আবেদনৰ নিয়মঃ আবেদন পত্ৰৰ সৈতে শিক্ষাগত অৰ্হতা, অভিজ্ঞতা আদিৰ প্ৰমাণপত্ৰৰ কপি প্ৰেৰণ কৰিব লাগিব।

সবিশেষ জানিবলৈ https://mib.gov.in/sites/default/files/RO%20CBFC%20Vacancy%20Circulary%2027th%20July%202020.pdf চাওক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com