Begin typing your search above and press return to search.

সঞ্চালক নিযুক্তিৰ বাবে আই আই ই গুৱাহাটীৰ আবেদন আহ্বান

ইণ্ডিয়ান ইনষ্টিটিউট অৱ এণ্টাৰপ্ৰেণিউৰশ্বিপ(আই আই ই)গুৱাহাটীয়ে সঞ্চালক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

সঞ্চালক নিযুক্তিৰ বাবে আই আই ই গুৱাহাটীৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Jun 2021 12:08 PM GMT

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ মাহিলী ৩৭,৪০০টকাৰ পৰা ৬৭ হেজাৰ টকা।

বয়সৰ সীমাঃ ৫৫ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৪-০৭-২০২১।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

ৱেবছাইটঃ iie.gov.in।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী কলা/বাণিজ্য/বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী বা অভিযান্ত্ৰিক/প্ৰযুক্তিবিদ্যাৰ ডিগ্ৰীধাৰী বা চাৰ্টাৰ্ড একাউনটেণ্ট হব লাগিব। কলা/বাণিজ্য/বিজ্ঞান/মেনেজমেণ্টৰ ডক্টৰেট বিচৰা হব পাৰে। এণ্টাৰপ্ৰেণিউৰশ্বিপ ডেভেলপমেণ্ট খণ্ডত শিক্ষাদান বা প্ৰশিক্ষণ আদিৰ অভিজ্ঞতা থাকিব লাগিব। এণ্টাৰপ্ৰেণিউৰশ্বিপত গ্ৰন্থ প্ৰকাশ পোৱাটো বিচৰা হব পাৰে।

আবেদনৰ নিয়মঃ বিচৰা নথিপত্ৰৰ কপিসহ আবেদন পত্ৰ Secretary, (Entrepreneurship) Ministry of Skill Development and Entrepreneurship, at enp-msde@gov.in লৈ প্ৰেৰণ কৰিব পাৰে।

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী নিযুক্তি দিয়া হব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

বাতৰিৰ আৰু খবৰৰ বাবে চাওকঃ পাৱাৰগ্ৰীড কৰ্পোৰেচন লিমিটেডত ডিপ্লমা প্ৰশিক্ষাৰ্থীৰ প্ৰয়োজন

Next Story
চাকৰি