পদসমূহঃ
ডিপ্লমা ট্ৰেইনী(বৈদ্যুতিক), খালী পদৰ সংখ্যাঃ ৩৩টা।
বয়সৰ সীমাঃ ২৭ বছৰ।
শিক্ষাগত অৰ্হতাঃ বৈদ্যুতিক ইঞ্জিনীয়াৰিঙৰ তিনিবছৰীয়া ডিপ্লমাধাৰী হব লাগিব। সাধাৰণ শ্ৰেণী, অবিচি আদিৰ প্ৰাৰ্থীয়ে এই ডিপ্লমাত ন্যূনতম ৭০ শতাংশ নম্বৰ লাভ কৰিব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে উত্তীৰ্ণ নম্বৰ লাভ কৰিলেই হব। ডিপ্লমা নোলোৱাকৈ বি ই, এম ই কৰা প্ৰাৰ্থীৰ আবেদন গ্ৰহণ কৰা নহ'ব।
ডিপ্লমা ট্ৰেইনী(বৈদ্যুতিক)—লাডাখ অঞ্চলৰ বাবে
খালী পদৰ সংখ্যাঃ ০৯টা।
বয়সৰ সীমাঃ ২৭ বছৰ।
শিক্ষাগত অৰ্হতাঃ বৈদ্যুতিক ইঞ্জিনীয়াৰিঙৰ তিনিবছৰীয়া ডিপ্লমাধাৰী হব লাগিব। সাধাৰণ শ্ৰেণী, অবিচি আদিৰ প্ৰাৰ্থীয়ে এই ডিপ্লমাত ন্যূনতম ৭০ শতাংশ নম্বৰ লাভ কৰিব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে উত্তীৰ্ণ নম্বৰ লাভ কৰিলেই হব। ডিপ্লমা নোলোৱাকৈ বি ই, এম ই কৰা প্ৰাৰ্থীৰ আবেদন গ্ৰহণ কৰা নহ'ব।
ডিপ্লমা ট্ৰেইনী(বৈদ্যুতিক)—কাশ্মীৰ অঞ্চলৰ বাবে।
খালী পদৰ সংখ্যাঃ ০৫টা।
শিক্ষাগত অৰ্হতাঃ বৈদ্যুতিক ইঞ্জিনীয়াৰিঙৰ তিনিবছৰীয়া ডিপ্লমাধাৰী হব লাগিব। সাধাৰণ শ্ৰেণী, অবিচি আদিৰ প্ৰাৰ্থীয়ে এই ডিপ্লমাত ন্যূনতম ৭০ শতাংশ নম্বৰ লাভ কৰিব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে উত্তীৰ্ণ নম্বৰ লাভ কৰিলেই হব। ডিপ্লমা নোলোৱাকৈ বি ই, এম ই কৰা প্ৰাৰ্থীৰ আবেদন গ্ৰহণ কৰা নহ'ব।
বয়সৰ সীমাঃ ২৭ বছৰ।
ডিপ্লমা ট্ৰেইনী(চিভিল)
খালী পদৰ সংখ্যাঃ তিনিটা।
বয়সৰ সীমাঃ ২৭ বছৰ।
শিক্ষাগত অৰ্হতাঃ চিভিল ইঞ্জিনীয়াৰিঙৰ তিনিবছৰীয়া ডিপ্লমাধাৰী হব লাগিব। সাধাৰণ শ্ৰেণী, অবিচি আদিৰ প্ৰাৰ্থীয়ে এই ডিপ্লমাত ন্যূনতম ৭০ শতাংশ নম্বৰ লাভ কৰিব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে উত্তীৰ্ণ নম্বৰ লাভ কৰিলেই হব। ডিপ্লমা নোলোৱাকৈ বি ই, এম ই কৰা প্ৰাৰ্থীৰ আবেদন গ্ৰহণ কৰা নহ'ব।
ডিপ্লমা ট্ৰেইনী (চিভিল)-লাডাখ অঞ্চলৰ বাবে।
খালী পদৰ সংখ্যাঃ ২টা।
বয়সৰ সীমাঃ ৩০ বছৰ।
শিক্ষাগত অৰ্হতাঃ বৈদ্যুতিক ইঞ্জিনীয়াৰিঙৰ তিনিবছৰীয়া ডিপ্লমাধাৰী হব লাগিব। সাধাৰণ শ্ৰেণী, অবিচি আদিৰ প্ৰাৰ্থীয়ে এই ডিপ্লমাত ন্যূনতম ৭০ শতাংশ নম্বৰ লাভ কৰিব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে উত্তীৰ্ণ নম্বৰ লাভ কৰিলেই হব। ডিপ্লমা নোলোৱাকৈ বি ই, এম ই কৰা প্ৰাৰ্থীৰ আবেদন গ্ৰহণ কৰা নহ'ব।
নিযুক্তিৰ স্থানঃ ভাৰতৰ যিকোনো স্থানত।
দৰমহাঃ মাহিলী ২৫,০০০ৰ পৰা
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১২-০৭-২০২১।
বয়সৰ সীমাঃ ২৭ বছৰ।
আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।
আবেদনৰ নিয়মঃ আবেদনৰ সৈতে আনুসংগিক নথি-পত্ৰ যেনে শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ, বয়স, জাতিগত আদি প্ৰমাণপত্ৰৰ কপি প্ৰেৰণ কৰিব লাগিব। নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়ন পত্ৰৰ কপি, শাৰিৰীক অক্ষমতা(যদি আছে)-ৰ প্ৰমাণপত্ৰ আদিও প্ৰেৰণ কৰিব লাগিব।
চাকৰিৰ খবৰ আৰু জানিবলৈ চাওকঃ হিন্দুস্তান এৰোনটিক্স লিমিটেডত পদখালী