Begin typing your search above and press return to search.

পাৱাৰগ্ৰীড কৰ্পোৰেচন লিমিটেডত ডিপ্লমা প্ৰশিক্ষাৰ্থীৰ প্ৰয়োজন

পাৱাৰগ্ৰীড কৰ্পোৰেচন অৱ ইণ্ডিয়া লিমিটেডে ডিপ্লমা প্ৰশিক্ষাৰ্থী(ডিপ্লমা ট্ৰেইনী) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পাৱাৰগ্ৰীড কৰ্পোৰেচন লিমিটেডত ডিপ্লমা প্ৰশিক্ষাৰ্থীৰ প্ৰয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Jun 2021 10:59 AM GMT

পদসমূহঃ

ডিপ্লমা ট্ৰেইনী(বৈদ্যুতিক), খালী পদৰ সংখ্যাঃ ৩৩টা।

বয়সৰ সীমাঃ ২৭ বছৰ।

শিক্ষাগত অৰ্হতাঃ বৈদ্যুতিক ইঞ্জিনীয়াৰিঙৰ তিনিবছৰীয়া ডিপ্লমাধাৰী হব লাগিব। সাধাৰণ শ্ৰেণী, অবিচি আদিৰ প্ৰাৰ্থীয়ে এই ডিপ্লমাত ন্যূনতম ৭০ শতাংশ নম্বৰ লাভ কৰিব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে উত্তীৰ্ণ নম্বৰ লাভ কৰিলেই হব। ডিপ্লমা নোলোৱাকৈ বি ই, এম ই কৰা প্ৰাৰ্থীৰ আবেদন গ্ৰহণ কৰা নহ'ব।

ডিপ্লমা ট্ৰেইনী(বৈদ্যুতিক)—লাডাখ অঞ্চলৰ বাবে

খালী পদৰ সংখ্যাঃ ০৯টা।

বয়সৰ সীমাঃ ২৭ বছৰ।

শিক্ষাগত অৰ্হতাঃ বৈদ্যুতিক ইঞ্জিনীয়াৰিঙৰ তিনিবছৰীয়া ডিপ্লমাধাৰী হব লাগিব। সাধাৰণ শ্ৰেণী, অবিচি আদিৰ প্ৰাৰ্থীয়ে এই ডিপ্লমাত ন্যূনতম ৭০ শতাংশ নম্বৰ লাভ কৰিব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে উত্তীৰ্ণ নম্বৰ লাভ কৰিলেই হব। ডিপ্লমা নোলোৱাকৈ বি ই, এম ই কৰা প্ৰাৰ্থীৰ আবেদন গ্ৰহণ কৰা নহ'ব।

ডিপ্লমা ট্ৰেইনী(বৈদ্যুতিক)—কাশ্মীৰ অঞ্চলৰ বাবে।

খালী পদৰ সংখ্যাঃ ০৫টা।

শিক্ষাগত অৰ্হতাঃ বৈদ্যুতিক ইঞ্জিনীয়াৰিঙৰ তিনিবছৰীয়া ডিপ্লমাধাৰী হব লাগিব। সাধাৰণ শ্ৰেণী, অবিচি আদিৰ প্ৰাৰ্থীয়ে এই ডিপ্লমাত ন্যূনতম ৭০ শতাংশ নম্বৰ লাভ কৰিব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে উত্তীৰ্ণ নম্বৰ লাভ কৰিলেই হব। ডিপ্লমা নোলোৱাকৈ বি ই, এম ই কৰা প্ৰাৰ্থীৰ আবেদন গ্ৰহণ কৰা নহ'ব।

বয়সৰ সীমাঃ ২৭ বছৰ।

ডিপ্লমা ট্ৰেইনী(চিভিল)

খালী পদৰ সংখ্যাঃ তিনিটা।

বয়সৰ সীমাঃ ২৭ বছৰ।

শিক্ষাগত অৰ্হতাঃ চিভিল ইঞ্জিনীয়াৰিঙৰ তিনিবছৰীয়া ডিপ্লমাধাৰী হব লাগিব। সাধাৰণ শ্ৰেণী, অবিচি আদিৰ প্ৰাৰ্থীয়ে এই ডিপ্লমাত ন্যূনতম ৭০ শতাংশ নম্বৰ লাভ কৰিব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে উত্তীৰ্ণ নম্বৰ লাভ কৰিলেই হব। ডিপ্লমা নোলোৱাকৈ বি ই, এম ই কৰা প্ৰাৰ্থীৰ আবেদন গ্ৰহণ কৰা নহ'ব।

ডিপ্লমা ট্ৰেইনী (চিভিল)-লাডাখ অঞ্চলৰ বাবে।

খালী পদৰ সংখ্যাঃ ২টা।

বয়সৰ সীমাঃ ৩০ বছৰ।

শিক্ষাগত অৰ্হতাঃ বৈদ্যুতিক ইঞ্জিনীয়াৰিঙৰ তিনিবছৰীয়া ডিপ্লমাধাৰী হব লাগিব। সাধাৰণ শ্ৰেণী, অবিচি আদিৰ প্ৰাৰ্থীয়ে এই ডিপ্লমাত ন্যূনতম ৭০ শতাংশ নম্বৰ লাভ কৰিব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে উত্তীৰ্ণ নম্বৰ লাভ কৰিলেই হব। ডিপ্লমা নোলোৱাকৈ বি ই, এম ই কৰা প্ৰাৰ্থীৰ আবেদন গ্ৰহণ কৰা নহ'ব।

নিযুক্তিৰ স্থানঃ ভাৰতৰ যিকোনো স্থানত।

দৰমহাঃ মাহিলী ২৫,০০০ৰ পৰা

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১২-০৭-২০২১।

বয়সৰ সীমাঃ ২৭ বছৰ।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

আবেদনৰ নিয়মঃ আবেদনৰ সৈতে আনুসংগিক নথি-পত্ৰ যেনে শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ, বয়স, জাতিগত আদি প্ৰমাণপত্ৰৰ কপি প্ৰেৰণ কৰিব লাগিব। নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়ন পত্ৰৰ কপি, শাৰিৰীক অক্ষমতা(যদি আছে)-ৰ প্ৰমাণপত্ৰ আদিও প্ৰেৰণ কৰিব লাগিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

চাকৰিৰ খবৰ আৰু জানিবলৈ চাওকঃ হিন্দুস্তান এৰোনটিক্স লিমিটেডত পদখালী

Next Story
চাকৰি