সহযোগী নিযুক্তিৰ বাবে আই আই এম চিৰ আবেদন আহ্বান

ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেচন(আই আই এম চি)-এ সহযোগী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
সহযোগী নিযুক্তিৰ বাবে আই আই এম চিৰ আবেদন আহ্বান

খালী পদৰ সংখ্যাঃ ১টা।

বয়সৰ সীমাঃ ২৯-০৭-২০২০ত সৰ্বোচ্চ ৩৫বছৰ।

দৰমহাঃ মাহিলী ৪৫ হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৩-০৮-২০২০।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে অহা ৩ আগষ্টৰ বিয়লি পাঁচ বজাৰ পূৰ্বে পোৱাকৈ debmnre@gmail.comলৈ বায়োডাটা প্ৰেৰণ কৰিব পাৰিব।

সবিশেষ জানিবলৈ http://iimc.nic.in/WhatsNews_Description.aspx?News_id=50736 চাওক।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com