আই টি বি পিত চিকিৎসা বিষয়াৰ পদখালী

ইণ্ডো-তিব্বতী সীমান্ত আৰক্ষী বাহিনী (আই টি বি পি)-য়ে চিকিৎসা বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷
আই টি বি পিত চিকিৎসা বিষয়াৰ পদখালী

পদৰ নামঃ সাধাৰণ কৰ্তব্যৰ চিকিৎসা বিষয়া ৷

খালী পদৰ সংখ্যাঃ ১৪টা ৷

মৌখিক সাক্ষাৎকাৰৰ তাৰিখঃ ২৪ আৰু ২৫ছেপ্টেম্বৰ ৷

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ভাৰতীয় চিকিৎসা পৰিষদ আইন, ১৯৫৬ৰ তৃতীয় অনুসূচী অনুসৰি শিক্ষিত হ'ব লাগিব ৷

সাক্ষাৎকাৰৰ স্থানঃ Directorate General, Indo Tibetan Border Police Force, Ministry of Home Affairs/Govt. Of India, Sector-1, West Block-1, Ground Floor, R.K. Puram, New Delhi - 110066। 

সাক্ষাৎকাৰলৈ অহাৰ বাবে কোনো টি এ/ডি এ দিয়া নহ'ব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com