Begin typing your search above and press return to search.

আই বি পি এছৰ প্ৰবেচনাৰী বিষয়া-মেনেজমেণ্ট ট্ৰেইনী নিযুক্তি

আই বি পি এছে প্ৰবেচনাৰী বিষয়া-মেনেজমেণ্ট ট্ৰেইনী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

আই বি পি এছৰ প্ৰবেচনাৰী বিষয়া-মেনেজমেণ্ট ট্ৰেইনী নিযুক্তি

RaktimBy : Raktim

  |  7 Aug 2020 8:58 AM GMT

খালী পদৰ সংখ্যাঃ ১,১৬৭টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬-০৮-২০২০।

বয়সৰ সীমাঃ সৰ্বনিম্ন ২০বছৰ আৰু সৰ্বোচ্চ ৩০ বছৰ।

প্ৰাৰ্থী বাছনিঃ অনলাইনত পৰীক্ষা আৰু সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ অহা ২৬ আগষ্টৰ ভিতৰত https://www.ibps.in-ৰ পৰা আবেদন জনাব পাৰিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাগিচা বিষয়া নিযুক্তি

Next Story
চাকৰি