Begin typing your search above and press return to search.
নেন' ছায়েন্স প্ৰতিষ্ঠানত বিজ্ঞানী নিযুক্তি
ইনষ্টিটিউট অৱ নেন’ ছায়েন্স এণ্ড টেকনোলজীয়ে বিজ্ঞানী-চি নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ১টা।
দৰমহাঃ মাহিলী ৬৭,৭০০টকা।
নিযুক্তিৰ স্থানঃ দেশৰ যিকোনো স্থানত।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৭-০৭-২০২০।
আবেদনৰ মাচুলঃ ৫৯০ টকা( অ-প্ৰত্যৰ্পিত)। এই ধন NEFT ব্যৱহাৰ কৰি ইনষ্টিটিউট অৱ নেনো ছায়েন্স এণ্ড টেকনোলজীৰ হকে প্ৰেৰণ কৰিব লাগিব। আন ধৰণে প্ৰেৰণ কৰা আবেদন মাচুল গ্ৰহণ কৰা নহব। অৱশ্যে মহিলা প্ৰাৰ্থী, এছ চি-এছ টি প্ৰাৰ্থী আৰু শাৰিৰীকভাবে অক্ষম প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে। এই প্ৰতিষ্ঠানে যিকোনো প্ৰাৰ্থীৰ আবেদন গ্ৰহণ কৰা বা নাকচ কৰাৰ অধিকাৰ আছে।আবেদন নাকচৰ কাৰণ জনোৱা নহব।
সবিশেষ জানিবলৈ https://inst.ac.in/public/uploads/topics/15941083514349.pdf চাওক।
আৰু চাব পাৰেঃ উত্তৰ লখিমপুৰ কলেজত সহকাৰী অধ্যাপক নিযুক্তি
Next Story