ব্যক্তিগত সহায়ক নিযুক্তিৰ বাবে আই বিৰ আবেদন আহ্বান

চোৰাংচোৱা সংস্থা(আই বি)-ই ব্যক্তিগত সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ব্যক্তিগত সহায়ক নিযুক্তিৰ বাবে আই বিৰ আবেদন আহ্বান
Published on: 

খালী পদৰ সংখ্যাঃ ১০টা।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

বয়সৰ সীমাঃ ডেপুটেচন ভিত্তিক নিযুক্তিৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬বছৰতকৈ অধিক হ'ব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০-০৭-২০২০।

সবিশেষ জানিবলৈ https://www.mha.gov.in/notifications/vacanciesচাওক।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com