Begin typing your search above and press return to search.

এয়াৰলাইন এলাইড ছাৰ্ভিচেছত পদখালী

এয়াৰলাইন এলাইড ছাৰ্ভিচেছ লিমিটেডে নিম্নোক্ত পদসমূহ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

এয়াৰলাইন এলাইড ছাৰ্ভিচেছত পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-07-27T15:40:28+05:30

পদসমূহঃ

ফাৰ্ষ্ট অফিচাৰ/ ছিনিয়ৰ ফাৰ্ষ্ট অফিচাৰ।

খালী পদৰ সংখ্যাঃ ১৫টা।

দৰমহাঃ মাহিলী ২৫ হেজাৰ টকাৰ পৰা ৩,৩৫০০০ টকা।

নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত।

আবেদন মাচুলঃ ১৫০০ টকা। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৮-০৯-২০২০।

প্ৰাৰ্থী বাছনিঃ সাক্ষাতকাৰৰ জৰিয়তে।

সবিশেষ জানিবলৈ http://www.airindia.in/writereaddata/Portal/career/829_1_3-Co-Pilot-First-Officer-Sr-FO-Advt.pdf চাওক।

আৰু চাব পাৰেঃ বিশ্ববিদ্যালয় অনুদান আয়োগৰ জ্যেষ্ঠ পৰিসংখ্যা সহায়ক নিযুক্তি

Next Story