Begin typing your search above and press return to search.
কনিষ্টবল নিযুক্তিৰ বাবে আই টি বি পিৰ আবেদন আহ্বান
ইণ্ডো-তিব্বতী সীমান্ত আৰক্ষী(আই টি বি পি)-য়ে কনিষ্টবল নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ৫১টা।
দৰমহাঃ মাহিলী ২১,৭০০টকাৰ পৰা ৬৯,১০০টকা।
নিযুক্তিৰ স্থানঃ নতুন দিল্লী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬-০৮-২০২০।
আবেদন মাচুলঃ মহিলা প্ৰাৰ্থী আৰু এছ চি-এছ টি প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।
প্ৰ্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰ।
সবিশেষ জানিবলৈ www.recruitment. itbpolice.nic.in চাওক।
আৰু চাব পাৰেঃ গৱেষণা বিষয়া নিযুক্তিৰ বাবে ইউ পি এছ চিৰ আবেদন আহ্বান
Next Story