যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ত নিযুক্তি ২০২০

যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ত নিযুক্তি ২০২০
Published on: 

যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ত নিযুক্তি ২০২০

যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ত সহকাৰী অধ্যাপক পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা মহাবিদ্যালয় কৰ্তৃপক্ষই আবেদন বিচাৰিছে।

পদৰ নাম: সহকাৰী অধ্যাপক (বুৰঞ্জী, একাউনন্টেচী)

পদৰ সংখ্যা: ০২

শিক্ষাগত অৰ্হতা: UGC ৰ অধীনত NET/SLET/SET লগতে Ph.D ডিগ্ৰীধাৰী হব লাগিব।

বয়স: ৩৮ বছৰ (০১/০১/২০২০ তাৰিখৰ ভিতৰত, ৫ বছৰ এচ টি /এচ চি/পি ডাব্লিউ ডি প্ৰাৰ্থীৰ বাবে ৰেহাই, ৩ বছৰ অবিচি / এম অ বি চি প্ৰাৰ্থীৰ বাবে ৰেহাই)

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদনসমূহ সৈতে ২০০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে Principal J.D.S.G. College, Bokakhat payable at United Bank of India (UBI), Bokakhat Branch. ঠিকনাত বিজ্ঞাপন প্ৰকাশৰ ১৫ (০৩/০৩/২০২০) দিনৰ ভিতৰত পঠিয়াব লাগিব।

আবেদনৰ শেষ তাৰিখ: ১৮/০৩/২০২০

সৱিশেষ জানিবলৈ: Click here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com