Begin typing your search above and press return to search.

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত গৱেষণা সহযোগীৰ প্ৰয়োজন

দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়(জে এন ইউ)ত গৱেষণা সহযোগী নিয়োগৰ বাবে আবেদন বিচৰা হৈছে।

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত গৱেষণা সহযোগীৰ প্ৰয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Jun 2020 9:36 AM GMT

খালী পদৰ সংখ্যাঃ ১টা।

এই নিয়োগ উক্ত বিশ্ববিদ্যালয়ৰ জীৱন বিজ্ঞান(লাইফ ছায়েন্স) বিভাগত হ'ব।

প্ৰাৰ্থী বাছনি লিখিত পৰীক্ষা/সাক্ষাত্কাৰৰ ভিত্তিত হ'ব।

আবেদনঃ সম্পূৰ্ণ ঠিকনা, বায়োডাটা আৰু শৈক্ষিক প্ৰমাণপত্ৰৰ ফটো বা স্কেন কপীসহ supriyachakrasls@yahoo.com এই ঠিকনাত প্ৰেৰণ কৰিব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৫-০৭-২০২০।

সবিশেষ জানিবলৈ https://www.jnu.ac.in/career চাওক।

আৰু পঢ়িব পাৰেঃ অসম বিশ্ববিদ্যালয়ত হিন্দী অনুবাদক নিযুক্তি

Next Story