Begin typing your search above and press return to search.

CPGSAS মেঘালয়ত ০১গৰাকী জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'ৰ পদখালী

জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'ৰ খালী পদত নিযুক্তি প্ৰদানৰ হেতু ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচাৰিছে

CPGSAS মেঘালয়ত ০১গৰাকী জুনিয়ৰ ৰিচাৰ্ছ ফেল্লৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Dec 2021 8:37 AM GMT

CPGSAS মেঘালয়ৰ বিষয়ে:

কলেজ অফ পোষ্ট গ্ৰেজুৱেট ষ্টাদিচ ইন এগ্রিকালচাৰেল সায়েন্সৰ পূৰ্বৰ নাম আছিল কলেজ অফ পোষ্ট গ্ৰেজুৱেট ষ্টাদিচ। কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়, ইম্ফলৰ এক আংশিক মহাবিদ্যালয়। ২০০৭চনত প্ৰতিস্থাপন কৰা এই মহাবিদ্যালয়ৰ মূল লক্ষ্য আছিল উত্তৰ পূৰ্বাঞ্চলৰ পোষ্ট গ্ৰেজুৱেট, কৃষি বিভাগৰ শিক্ষাৰ্থী সকলক প্ৰশিক্ষণ প্ৰদান কৰা। এই প্ৰতিষ্ঠানৰ বিশ্বাস যে এই শিক্ষাৰ্থী সমূহে পৰবৰ্তী সময়ত কৃষি উন্নয়ন হেতুকে পথ প্ৰদৰ্শন কৰিব লগতে সমগ্ৰ ক্ষেত্ৰতে কৃষি ভিত্তিক আৰু গ্ৰামীণ উন্নয়নৰ দিশে সহযোগিতা প্ৰদান কৰিব।

CPGSAS মেঘালয়ত চাকৰিৰ অধিসূচনা:

CPGSAS মেঘালয়ত শেহতীয়া ভাৱে জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'ৰ খালী পদত নিযুক্তি প্ৰদানৰ হেতু ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আৱেদন পত্ৰ দাখিল কৰিব লাগিব।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল:

পদৰ বিৱৰণ

পদৰ বিৱৰণ

পদৰ নাম

জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'

খালী পদৰ সংখ্যা

০১

আৱেদন প্ৰক্ৰিয়া

ৱাক ইন

বয়স

বয়স

দৰমহা

৩৫,০০০/- টকা, প্ৰতি মাহে

অৱস্থান

উমিয়াম, মেঘালয়

অন্তিম তাৰিখ

১০/১২/২০২১


শিক্ষাগত অৰ্হতা:

উদ্ভিদ বা কৃষি জৈৱ প্ৰযুক্তি, উদ্যানবিদ্যা, আনুবংশিক বিজ্ঞান আৰু উদ্ভিদ প্ৰজনন, উদ্ভিদবিদ্যা, উদ্ভিদ বিজ্ঞান বা উদ্ভিদ পেথ'লজী বিভাগত M. Sc আৰু লগতে NET/ GATE বা অন্য কোনো ৰাষ্ট্ৰীয় পৰ্য্যায়ৰবোৰিক্ষত উত্তীৰ্ণ।

আৱেদন প্ৰক্ৰিয়া:

ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকল অহা ১০ ডিচেম্বৰ ২০২১ তাৰিখে, পুৱা ১০:৩০বজাৰ পৰা অনুষ্ঠিত হ'ব লগীয়া ৱাক ইন সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।

প্ৰাৰ্থী সকলে নিজৰ লগত নিজৰ বায়ডাতা আৰু সকলো প্ৰয়োজনীয় নথিপত্ৰ (প্ৰকৃত প্ৰতিলিপি) আনিব লাগিব।

ঠিকনা : কলেজ অফ পোষ্ট গ্ৰেজুৱেট ষ্টাদিচ ইন এগ্রিকালচাৰেল সায়েন্স, উমিয়াম, মেঘালয় - ৭৯৩১০৩

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ


আৰু পঢ়ক : IIM কচজিকোডেত নিযুক্তি ২০২১ : প্ৰকল্প প্ৰবন্ধকৰ পদখালী


Next Story