IIM কচজিকোডেত নিযুক্তি ২০২১ : প্ৰকল্প প্ৰবন্ধকৰ পদখালী

প্ৰকল্প প্ৰবন্ধকৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলক আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে
IIM কচজিকোডেত নিযুক্তি ২০২১ : প্ৰকল্প প্ৰবন্ধকৰ পদখালী

IIM কচজিকোডেৰ বিষয়ে জানক:

কচজিকোডেত স্থিত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট এখন আগ শাৰীৰ ভাৰতীয় মেনেজমেন্ট প্ৰতিষ্ঠান। ইয়াৰ স্থাপনা কৰা হৈছিল ভাৰত চৰকাৰৰ দ্বাৰা। ইয়াৰ মূল লক্ষ্য যুৱ প্ৰজন্মৰ মাজত গঢ়ি উঠা বিভিন্ন ভাগত প্ৰতিনিধি সকলক তৈয়াৰ কৰা। ১৯৯৬চনত স্থাপিত কৰা এই অনুষ্ঠান দেশৰ পঞ্চম খন এই ধৰণৰ প্ৰতিষ্ঠান।

IIM কচজিকোডেত পদখালী:

IIM কচজিকোডেত শেহতীয়া ভাৱে প্ৰকল্প প্ৰবন্ধকৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলক আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিব লাগিব।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম

প্ৰকল্প প্ৰবন্ধক

খালী পদৰ সংখ্যা

০১

দৰমহা 

১,২৫,০০০ - ১,৫০,০০০/- টকা, মাহিলী

পদৰ অৱস্থান

পদৰ অৱস্থান

বয়স

IIM কচজিকোডেৰ অফিচিয়েল অধিসূচনা অনুসৰি প্ৰাৰ্থীৰ অধীনত বয়স ৫৫বছৰ

অন্তিম তাৰিখ 

অন্তিম তাৰিখ 

শিক্ষাগত অৰ্হতা:

IIM কচজিকোডেৰ অফিচিয়েল অধিসূচনা অনুসৰি এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কম্পিউটাৰ বিজ্ঞান বিষয়ত ডিগ্ৰী/ মাষ্টাৰ্চ ডিগ্ৰী উত্তীৰ্ণ হ'ব লাগিব আৰু কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয় বা বোৰ্ডৰ পৰা অভিযান্ত্ৰিক বিভাগত উত্তীৰ্ণ হ'ব লাগিব।

অভিজ্ঞতা:

প্ৰাৰ্থীৰ নূন্যতম ১০বছৰীয়া অভিজ্ঞতা থাকিব লাগিব। যাৰ ০৩বছৰ ERP প্ৰকল্প তত্বাবধানৰ ভূমিকাত।

প্ৰাৰ্থীৰ প্ৰকল্প তত্বাবধানৰ অভিজ্ঞতা থাকিব লাগিব যেনে ERP ৰূপায়ন বা সদৃশ প্ৰব্ৰজনকাৰী প্ৰকল্প।

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলে নিৰ্ধাৰিত পাঠ্যৰ ৰূপত নিজৰ আৱেদন পত্ৰ দাখিল কৰিব লাগিব। প্ৰাৰ্থী সকলে নিজৰ আৱেদন পত্ৰ প্ৰয়োজনীয় নথি পত্ৰ সহ উল্লেখিত ঠিকনা লৈ প্ৰেৰণ কৰিব লাগিব।

ঠিকনা : IIM কচজিকোডে, কেম্পাচ পি অ', কচজিকোডে, কেৰেলা - ৬৭৩৫৭০

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com