Begin typing your search above and press return to search.

IACS নিযুক্তি ২০২১ : জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'ৰ পদখালী

উপযুক্ত তথা ইচ্ছুক প্ৰাৰ্থী সকলক জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'ৰ খালী পদত নিযুক্তিৰ বাবে আৱেদন বিচাৰিছে

IACS নিযুক্তি ২০২১ : জুনিয়ৰ ৰিচাৰ্ছ ফেল্লৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Dec 2021 8:20 AM GMT

IACSৰ বিষয়ে জানক :

দ্য ইণ্ডিয়ান এচোছিয়েশ্যন ফৰ দ্য কাল্টিভেশ্যন অফ চায়েন্স,অধিনিয়ম XXI, ১৮৬০ আৰু ৰাজ্য পঞ্জীয়ন অধিনিয়ম ১৯৬১ ৰ অধীনত পঞ্জীভূত কৰা এটি বিশেষ সংস্থান। ইয়াৰ মুখ্য কাৰ্যালয় ২এ আৰু ২বি, ৰাজা এছ চি মল্লিক পথ, কলকাতা, ৭০০০৩২, ৱেষ্ট বেংগল, ভাৰতত অৱস্থিত। এই সংস্থান শাসন কৰে নিৰ্বাচিত বা মনোনীত কৰা সদস্য আৰু পঞ্জীয়কে।

দ্য ইণ্ডিয়ান এচোছিয়েশ্যন ফৰ দ্য কাল্টিভেশ্যন অফ চায়েন্সত পদখালী :

দ্য ইণ্ডিয়ান এচোছিয়েশ্যন ফৰ দ্য কাল্টিভেশ্যন অফ চায়েন্সত শেহতীয়া ভাৱে উপযুক্ত তথা ইচ্ছুক প্ৰাৰ্থী সকলক জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'ৰ খালী পদত নিযুক্তিৰ বাবে আৱেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'

খালী পদ

০১

বয়স

২৮বছৰ

দৰমহা

৩১,০০০/- টকা, মাহিলী

অন্তিম তাৰিখ

১৭ ডিচেম্বৰ ২০২১


জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'ৰ পদৰ বাবে শিক্ষাগত অৰ্হতা:

দ্য ইণ্ডিয়ান এচোছিয়েশ্যন ফৰ দ্য কাল্টিভেশ্যন অফ চায়েন্সৰ অফিচিয়েল অধিসূচনা অনুসৰি এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ বিজ্ঞান বিষয়ত ডিগ্ৰী, আৰু মাষ্টাৰ্চ ডিগ্ৰী উত্তীৰ্ণ হ'ব লাগিব।

অভিজ্ঞতা:

ইচ্ছুক প্ৰাৰ্থী কম্পিউটাৰ বিজ্ঞান বিষয়ত বা অন্য কোনো প্ৰাসংগিক বিষয়ত মাষ্টাৰ্চ ডিগ্ৰী উত্তীৰ্ণ হ'ব লাগিব, লগতে ইমেজ প্ৰছেছিঙৰ অভিজ্ঞতা থাকিব লাগিব।

আৱেদন প্ৰক্ৰিয়া:

ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলে নিজৰ আৱেদন পত্ৰ নিৰ্ধাৰিত পাঠ্যৰ ৰূপত, সকলো প্ৰয়োজনীয় নথি পত্ৰ সহ অন্তিম তাৰিখৰ পূৰ্বে উল্লেখিত ইমেইল যোগে প্ৰেৰণ কৰিব পাৰিব।

ইমেইল - partha.basuchowdhuri@iacs.res.in/ partha152@gmail.com


আৰু পঢ়ক: অসম আৰক্ষীত কনিষ্টবলৰ ২,১৪৩টা পদত নিযুক্তি



Next Story
চাকৰি