Begin typing your search above and press return to search.
কলিয়াবৰ কলেজত সহকাৰী অধ্যাপক নিযুক্তি
কলিয়াবৰ কলেজে সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদসমূহঃ
সহকাৰী অধ্যাপক(বুৰঞ্জী)
খালী পদৰ সংখ্যাঃ ১টা।
সহকাৰী অধ্যাপক( অৰ্থনীতি)
খালী পদৰ সংখ্যাঃ ১টা।
দৰমহাঃ ইউ জি চিৰ হাৰত। মাহিলী ৫৭,৭০০টকাৰ পৰা ১,৮২,৪০০টকা আৰু অন্যান্য ভাট্টা।
নিযুক্তিৰ স্থানঃ নগাঁও।
আবেদন গ্ৰহণ শেষ তাৰিখঃ ১৯-০৮-২০২০।
আবেদনৰ নিয়মঃ প্ৰাৰ্থীয়ে kaliaborcollege@outlook.com / kaliaborcollege@gmail.comলৈ অহা ১৯ আগষ্টৰ পূৰ্বে আবেদন প্ৰেৰণ কৰিব পাৰিব।
সবিশেষ জানিবলৈ https://www.kaliaborcollege.org/চাওক।
আৰু চাব পাৰেঃ সহযোগী নিযুক্তিৰ বাবে আই আই এম চিৰ আবেদন আহ্বান
Next Story