Begin typing your search above and press return to search.

এছ পি এম ভি ভি নিযুক্তি ২০২১ - গৱেষণাগাৰ সহায়কৰ পদ খালী

শ্ৰী পদ্মাৱতী মহিলা বিশ্ববিদ্যালয়ম, তিৰুপতিত গৱেষণাগাৰ সহায়কৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচাৰিছে

এছ পি এম ভি ভি নিযুক্তি ২০২১ - গৱেষণাগাৰ সহায়কৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Dec 2021 8:10 AM GMT

এছ পি এম ভি ভিৰ বিষয়ে :

শ্ৰী পদ্মাৱতী মহিলা বিশ্ববিদ্যালয়ম, ভাৰতৰ অন্ধ্ৰ প্ৰদেশৰ, তিৰুপতি অঞ্চলত অৱস্থিত এখন মহিলা বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰা গৈছিল অন্ধ্ৰ প্ৰদেশ আইনসভাৰ দ্বাৰা চন ১৯৮৩ত। এই প্ৰতিষ্ঠানৰ মূল উদ্দেশ্য আছিল মহিলা সমূহক বিত্তিধাৰি শিক্ষা প্ৰদান। এই অনুষ্ঠানৰ নাম দিয়া হৈছিল ভগৱান ভেংকটেশ্বৰৰ সহ ধৰ্মীনি শ্ৰী পদ্মাৱতী দেৱীৰ নামেৰে। এই প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীৰ সংখ্যা প্ৰায় ৩,০০০ আৰু ইয়াত অন্ধ্ৰ প্ৰদেশৰ সকলো স্থানৰ পৰা শিক্ষাৰ্থী সকলক আমন্ত্ৰণ জনোৱা হয়।

এছ পি এম ভি ভিত পদ খালী :

শ্ৰী পদ্মাৱতী মহিলা বিশ্ববিদ্যালয়ম, তিৰুপতিত শেহতীয়া ভাৱে গৱেষণাগাৰ সহায়কৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচাৰিছে।

পদৰ সবিশেষ বিবৰণ তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ - প্ৰয়োজনীয় তথ্য

পদৰ নাম - গৱেষণাগাৰ সহায়ক

খালী পদ - বিভিন্ন

দৰমহা - ১৫,০০০/- টকা, প্ৰতি মাহে

অৱস্থান - তিৰুপতি - অন্ধ্ৰ প্ৰদেশ

আৱেদন প্ৰক্ৰিয়া - অনলাইন

বাছনি প্ৰক্ৰিয়া - সাক্ষাৎকাৰ

অধিসূচনা মুকলি তাৰিখ - ২২-১২-২০২১

অন্তিম তাৰিখ - ২৫-১২-২০২১

শিক্ষাগত অৰ্হতা :

শ্ৰী পদ্মাৱতী মহিলা বিশ্ববিদ্যালয়ম, অফিচিয়েল অধিসূচনা অনুসৰি কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক/ প্ৰযুক্তিবিদ্যা বিভাগত ডিগ্ৰী ধাৰী।



আৱেদন প্ৰক্ৰিয়া :

• অফিচিয়েল ৱেবচাইট spmvv.ac.in লৈ যাওঁক

• SPMVV কেৰিয়াৰ বা নিযুক্তি লৈ গৈ আৱেদন কৰিব বিচৰা পদ বিচাৰক

• ৱেবচাইট যোগে উল্লেখিত পদ সমূহৰ অধিসূচনা আৰু অৰ্হতা সমূহ পৰীক্ষা কৰক

• আৱেদন পূৰণ কৰাৰ আগেয়ে অন্তিম তাৰিখ পৰ্যবেক্ষণ কৰক

• যদিহে আপুনি যোগ্য, তেনে শুদ্ধ ভাৱে আৱেদন পূৰণ কৰক

• অন্তিম তাৰিখ ২৫-১২-২ ০২১ৰপূৰ্বে ইমেইল যোগে সকলো প্ৰয়োজনীয় নথি পত্ৰ সহ নিজৰ আৱেদন জমা কৰক


আৰু পঢ়ক : এম এ আই ডি এছ নিযুক্তি ২০২২ - সহকাৰী অধ্যাপকৰ পদ খালী


Next Story
চাকৰি