Begin typing your search above and press return to search.

লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত পদখালী

পদৰ বিষয়, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Sep 2021 12:29 PM GMT

লোকপ্ৰিয় গোপীনাথ বৰদলৈ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত ১৪ গৰাকী জেষ্ঠ আৱাসিক চিকিত্সকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম আৰু খালী পদৰ সংখ্যা : জেষ্ঠ আৱাসিক চিকিত্সক

মনোৰোগ - ৮টা পদ

জৈৱ ৰসায়ন - ১টা পদ

অণুজীৱ বিজ্ঞান - ২টা পদ

ৰেডিঅ'লজি - ১টা পদ

এনাস্থেচিয়িঅলজী - ২টা পদ

বয়স : অধিকতম ৪৫বছৰ

দৰমহা : ৬৭,৭০০টকা + NPA আৰু আন খৰচ।

ঠিকনা : তেজপুৰ, অসম

সাক্ষাৎকাৰ : ০৩/০৯/২০২১

শিক্ষাগত অৰ্হতা : এই পদৰ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা আগ্ৰহী বিষয়ত MBBS ডিগ্ৰী আৰু পোষ্ট গ্ৰেজুৱেট/ ডিপ্লোমা কৰা হ'ব লাগিব।

আগ্ৰহী প্ৰাৰ্থী MCI নতুবা ৰাজ্যিক চিকিত্সা পৰিষদৰ অধীনত পঞ্জীভূত হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া : ইচ্ছুক আৰু উপযুক্ত প্রাৰ্থীয়ে নিজৰ আবেদন পত্ৰ লগতে প্ৰয়োজনীয় নথিপত্ৰ সমূহ ( স্বাক্ষৰ কৰা নথিপত্ৰসমূহ, পাছপৰ্ট ফটো ) উল্লেখিত মেইল বা ব্যক্তিগত ভাৱে ০২ ছেপ্টেম্বৰ ২০২১ তাৰিখে পুৱা ৯টাৰ আগত প্ৰেৰণ কৰিব লাগিব।

মেইল : lgbirmh@yahoo.co.in

ঠিকনা : LGBRIMH, তেজপুৰ, ৭৮৪০০১, অসম

আৰু চাব পাৰেঃ ভূতৰ কাহিনীৰ ছবিৰ লেখীয়াকৈ চিলিঙৰ পৰা উলমিল মূৰ !

Next Story
চাকৰি