লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত নিযুক্তি ২০২০
লক্ষ্মীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰ পদত ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম: সহকাৰী অধ্যাপক
পদৰ সংখ্যা: ০১
বয়স: ৩৮ বছৰ পৰ্যন্ত
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে বাইঅ ডাটা আৰু আবেদন সমূহ ২০০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে
Principal, L.T.K College, payable at SBI, Angarkhowa(06891) Branch must be submitted to Principal,L.T.K College,Azad, North Lakhimpur ঠিকনাত বিজ্ঞাপন প্ৰকাশনৰ( 19/02/2020) ১৫ দিনৰ ভিতৰত পঠিয়াব লাগিব।
আবেদনৰ শেষ তাৰিখ: ০৬/০৩/২০২০
সবিশেষ জানিবলৈ :Details: Click Here
অন্য খবৰৰ বাবে পঢ়ক : কেন্দ্রীয় বিদ্যালয় হাফলংত নিযুক্তি ২০২০