ভাৰতীয় আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষত চাকৰি

ভাৰতীয় আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষ(IWAI)-ই উপাধ্যক্ষ নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে ৷
ভাৰতীয় আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষত চাকৰি

খালী পদৰ সংখ্যাঃ ০১টা ৷

এই নিযুক্তি ডেপুটেচন ভিত্তিত আৰম্ভণীতে তিনি বছৰৰ বাবে হ'ব । চাকৰিৰ ম্যাদ পাঁচ বছৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে ৷

দৰমহাঃ ৩৭, ৪০০টকাৰ পৰা ৬৭হেজাৰ টকা আৰু ১০হেজাৰ টকাৰ গ্ৰেড পে'।

চাকৰিৰ স্থানঃ নতুন দিল্লী ৷

১০-০৩-২০২১ৰ পৰা চাকৰিত মকৰল কৰা হ'ব ৷

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-১০-২০২০৷

বয়সৰ সীমাঃ চাকৰিৰ বিজ্ঞাপন প্ৰকাশৰ দিনা ৫৫বছৰতকৈ অধিক হ'ব নালাগিব ৷

কাৰ্যালয়ৰ ঠিকনাঃ Room No. 528. IWT Section, Ministry of Shipping. Transport Bhawan. 1. Parliament Street. New Delhi —110001 ৷

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা/ সাক্ষাতকাৰ ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com