মহাৰাষ্ট্ৰ ইউনিভাৰ্ছিটি অফ হেল্থ চাইন্স নিযুক্তি ২০২০
মহাৰাষ্ট্ৰ ইউনিভাৰ্ছিটি অফ হেল্থ চাইন্সত ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।
পদৰ নাম - অধ্যাপক
পদৰ সংখ্যা-০৩
স্থান - অকোলা
অন্তিম তাৰিখ-১৫-০৫-২০২০
বাচনি প্ৰক্ৰিয়া- লিখিত/ সাক্ষাৎকাৰ
অধিক জানিবৰ বাবে : Click here
অন্য খবৰ পঢ়ক : অসম চৰকাৰ APTDC ত নিযুক্তি ২০২০