মণিপুৰ বিশ্ববিদ্যালয়ত জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
মণিপুৰ বিশ্ববিদ্যালয়ত জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ  পদখালী
Published on: 

মণিপুৰ বিশ্ববিদ্যালয়ত, জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ খালী পদত মকৰলৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : জুনিয়ৰ ৰিচাৰ্ছ ফেল'। 

খালী পদৰ সংখ্যা : ০১টা

বয়স : উল্লেখ নাই। 

দৰমহা : ৩১,০০০/- টকা + ৮% HRA = ৩৩,৪৮০/- টকা, মাহিলী

প্ৰকল্পৰ নাম : Biosocial Risk Factors and VDR Gene Predisposition to Urolithiasis among the Meiteis of Manipur: A Case–Control Study

অৱস্থান : চাঞ্চিপুৰ, ইম্ফল, মণিপুৰ

অন্তিম তাৰিখ : ২৭/১০/২০২১

সাক্ষাৎকাৰৰ তাৰিখ : ২৮/১০/২০২১

শিক্ষাগত অৰ্হতা :

মণিপুৰ বিশ্ববিদ্যালয়ত, জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ খালী পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী ন্যূনতম ৬০% নম্বৰ সহ নৃ-বিজ্ঞান বিষয়ত স্নাতকোত্তৰ উত্তীৰ্ণ হ'ব লাগিব।

আকাংক্ষিত :

UGC/CSIR–NET উত্তীৰ্ণ। নৃবিজ্ঞান বিষয় ক্ষেত্ৰ কৰ্মৰ অভিজ্ঞ আৰু এম. এচ. অফিচৰ জ্ঞান থকা।

আবেদনৰ প্ৰক্ৰিয়া :

• আবেদনৰ কৰিবৰ বাবে প্ৰাৰ্থীয়ে এখনি উকা কাগজত নিজৰ আবেদন লিখিত ৰূপত উল্লেখিত লিংক লৈ প্ৰেৰণ কৰিব লাগিব।

https://forms.gle/iY5W2xUsqz69fWuC8

• সাক্ষাৎকাৰৰ বাবে প্ৰাৰ্থী সকলে নিজ শিক্ষাগত অৰ্হতাৰ নথি পত্ৰ সমূহৰ প্ৰকৃত প্ৰতিলিপি আনিব লাগিব।

বাছনি প্ৰক্ৰিয়া :

• সাক্ষাৎকাৰ

• সাক্ষাৎকাৰৰ দিন ২৮অক্টোবৰ, ২০২১ তাৰিখ, বিয়লি ১বজাৰ পৰা।

স্থান : নৃবিজ্ঞান বিভাগ, মণিপুৰ বিশ্ববিদ্যালয়, চাঞ্চিপুৰ, ইম্ফল, মণিপুৰ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com