মৌলানা আজাদ মেডিকেল কলেজত খালী পদ

মৌলানা আজাদ মেডিকেল কলেজে গাণনিক বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
মৌলানা আজাদ মেডিকেল কলেজত খালী পদ
Published on: 

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৭০ হেজাৰ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-১১-২০২০।

প্ৰাৰ্থী বাছনিঃ অনলাইন পদ্ধতিত সাক্ষাতকাৰ।

আগ্ৰহী প্ৰাৰ্থীয়ে অহা ১৯ আৰু ২০ আগষ্টত সাক্ষাতকাৰত অৱতীৰ্ণ হব পাৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com