Begin typing your search above and press return to search.

মৌছিনৰাম ব'ৰ্ডাৰ এৰিয়া কলেজত সহকাৰী অধ্যাপকৰ পদ খালী

মৌছিনৰাম বৰ্ডাৰ এৰিয়া কলেজত সহকাৰী অধ্যাপকৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Nov 2021 12:11 PM GMT


মৌছিনৰাম ব'ৰ্ডাৰ এৰিয়া কলেজৰ বিষয়ে ঃ বাংলাদেশৰ সীমান্তত মেঘলায়ৰ মৌছিনৰামত অৱস্থিত একমাত্ৰ কলেজ হল মৌছিনৰাম ব'ৰ্ডাৰ এৰিয়া কলেজ। ১৯৯৭ত একাংশ শিক্ষাসদী, সমাজপ্ৰিয় ব্যক্তিয়ে এই কলেজ স্থাপন কৰে।

মৌছিনৰাম ব'ৰ্ডাৰ কলেজে ইংৰাজী, গাৰো, সমাজশাস্ত্ৰ, অৰ্থনীতি আৰু সহকাৰী গ্ৰন্থাগাৰিক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে। আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১১-১১-২০২১।


এই পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।


মৌছিনৰাম ব'ৰ্ডাৰ কলেজ

পদৰ নাম

সহাকাৰী অধ্যাপক। (ইংৰাজী, গাৰো, সমাজশাস্ত্ৰ, অৰ্থনীতি আৰু সহকাৰী গ্ৰন্থাগাৰিক।)

চাকৰিৰ স্থান

মৌছিনৰাম, মেঘালয়।

খালী পদ

খালী পদৰ সংখ্যাঃ ৬টা

দৰমহা

ইউ জি চিৰ নিয়ম অনুসৰি।

বয়সৰ সীমা

ইউ জি চিৰ নিয়ম অনুসৰি।

আবেদন গ্ৰহণৰ শেষ তাৰিখ

১১-১১-২০২১।

শিক্ষাগত অৰ্হতা

বিশ্ববিদ্যালয় অনুদান আয়োগ ( ইউ জি চি)-ৰ নিয়ম অনুসৰি।

আবেদনৰ প্ৰক্ৰিয়া

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে মৌছিনৰাম কলেজৰ অধ্যক্ষলৈ আবেদন প্ৰেৰণ কৰিব পাৰে। ঠিকনাঃ Mawsynram Border Area College, Mawsynram Village, East Khasi Hills District,793113।


বাছনি প্ৰক্ৰিয়া

সাক্ষাতকাৰৰ ওপৰত আধাৰিত হ'ব।

আৰু চাব পাৰেঃ ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণত উপ-প্ৰৱন্ধকৰ পদ খালী

Next Story
চাকৰি