অসম চিকিৎসা আৰু স্বাস্থ্য নিযুক্তি ব'ৰ্ড (MHRB) নিযুক্তি ২০২২ - প্ৰগ্ৰামাৰৰ পদ খালী

অসম চিকিৎসা আৰু স্বাস্থ্য নিযুক্তি ব’ৰ্ড (MHRB)-এ সহকাৰী প্ৰগ্ৰামাৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷ আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত আবেদন জনাব পাৰে ৷
অসম চিকিৎসা আৰু স্বাস্থ্য নিযুক্তি ব'ৰ্ড (MHRB) নিযুক্তি ২০২২ - প্ৰগ্ৰামাৰৰ পদ খালী
Published on

অসম চিকিৎসা আৰু স্বাস্থ্য নিযুক্তি ব'ৰ্ডে সহকাৰী প্ৰগ্ৰামাৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা, নিযুক্তিৰ স্থান আদিৰ তথ্য তলত পাবঃ

পদৰ নাম

সহকাৰী প্ৰগ্ৰামাৰ

খালী পদ

১ টা

দৰমহা

মাহিলী ২৫ হেজাৰ টকা

বয়স

২১-৩৮ বছৰ

চাকৰিৰ অৱস্থান

গুৱাহাটী

অন্তিম তাৰিখ

২০-১০-২০২২

শিক্ষাগত অৰ্হতাঃ

প্ৰাৰ্থীসকল স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা ব'ৰ্ডৰ অধীনত বি চি এ/এম চি এ অথবা আই টি/কম্পিউটাৰ ছায়েন্সৰ বি ই/বি টেক বা এম এছ চি হ'ব লাগিব।

আবেদনৰ নিয়মঃ প্ৰাৰ্থীসকলে অহা ২০ অক্টোবৰলৈকে nhm.assam.gov.inৰ পৰা আবেদন জনাব পাৰিব ৷

অসম চিকিৎসা আৰু স্বাস্থ্য নিযুক্তি ব'ৰ্ডৰ বিষয়েঃ এই ব'ৰ্ডে ৰাজ্যৰ বিভিন্ন জিলাৰ গ্ৰামাঞ্চলসমূহৰ ৰাইজলৈ চিকিৎসা সেৱা আগবঢ়োৱাত সহায় কৰে ৷ এইক্ষেত্ৰত শিশু আৰু মহিলাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com