কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ত চাকৰি

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ত চাকৰি
Published on: 

পদসমূহঃ ছিনিয়ৰ কনচালটেণ্ট, মধ্যম পৰ্যায়ৰ কনছালটেণ্ট, যুৱ পেশাদাৰী।

খালী পদৰ সংখ্যাঃ ০৯টা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৫৫ বছৰ।

আবেদনৰ নিয়মঃ https://chemicals.nic.in/recruitment-ত সকলো তথ্য পাব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com