Begin typing your search above and press return to search.
জি এন ডি জি বাণিজ্য কলেজত সহকাৰী অধ্যাপক নিযুক্তি
নগাঁৱৰ জি এন ডি জি বাণিজ্য কলেজে মেনেজমেণ্ট(বাণিজ্য)ৰ সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷

খালী পদৰ সংখ্যাঃ এটা ৷
অৰ্হতাঃ স্নাতকোত্তৰ পৰ্যায়ত অন্ততঃ ৫৫শতাংশ নম্বৰ লাভ কৰিব লাগিব ৷ তদুপৰি প্ৰাৰ্থীৰ নে'ট/শ্লে'ট/ছে'ট থাকিব লাগিব। অৱশ্যে ২০০৯-ৰ ইউ জি চি নিয়মানুসৰি পি এইচ ডি থকা প্ৰাৰ্থীৰ নে'ট নহ'লেও হ'ব ৷
প্ৰাৰ্থী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু স্থানীয় ভাষা জানিব লাগিব ৷
বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স ০১-০১-২০২০ত ৩৮বছৰতকৈ অধিক হ'ব নালাগিব ৷ অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়মানুসৰি বয়স ৰেহাই পাব ৷
কলেজৰ ৱেবছাইটঃ http://ngndgccollege.edu.in/
আৰু চাব পাৰেঃ অধ্যাপক নিযুক্তিৰ বাবে এন আই টি শিলচৰৰ আবেদন আহ্বান
Next Story