অধ্যাপক নিযুক্তিৰ বাবে এন আই টি শিলচৰৰ আবেদন আহ্বান

নিম্নোক্ত পদসমূহত অধ্যাপক নিযুক্তিৰ বাবে এন আই টি শিলচৰে আবেদন আহ্বান কৰিছে ৷
অধ্যাপক নিযুক্তিৰ বাবে এন আই টি শিলচৰৰ আবেদন আহ্বান
Published on

পদসমূহঃ

অধ্যাপক, সহযোগী অধ্যাপক, সহকাৰী অধ্যাপক(গ্ৰেড-১), সহকাৰী অধ্যাপক (গ্ৰেড-২)৷

খালী পদৰ সংখ্যাঃ মুঠ ৬৫টা ৷

শাখাসমূহঃ

চিভিল ইঞ্জিনীয়াৰিং(সকলো স্পেচিয়েলাইজেচন),

মেকানিকেল ইঞ্জিনীয়াৰিং(সকলো স্পেচিয়েলাইজেচন), বৈদ্যুতিক ইঞ্জিনীয়াৰিং(সকলো স্পেচিয়েলাইজেচন), ইলেক্ট্ৰনিকছ এণ্ড কমিউনিকেচন ইঞ্জিনীয়াৰিং(সকলো স্পেচিয়েলাইজেচন), কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনীয়াৰিং(সকলো স্পেচিয়েলাইজেচন), ইলেক্ট্ৰনিকছ এণ্ড ইনষ্ট্ৰুমেণ্টেচন ইঞ্জিনীয়াৰিং(সকলো স্পেচিয়েলাইজেচন), গণিত(সকলো স্পেচিয়েলাইজেচন) আৰু মেনেজমেণ্ট ষ্টাডিজ(সকলো স্পেচিয়েলাইজেচন) ৷

আবেদনৰ মাচুলঃ আবেদনৰ মাচুল এহেজাৰ টকা ৷ এছ চি-এছ টি, শাৰীৰিকভাৱে অক্ষম আৰু আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ বাবে পাঁচশ টকা ৷

আবেদনঃ অহা ২৮ অক্টোবৰৰ সন্ধিয়া পাঁচ বজাৰ ভিতৰত পোৱাকৈ recruit_faculty@nits.ac.in-লৈ প্ৰেৰণ কৰিব লাগিব।

আবেদন www.nits.ac.in-ৰ পৰা ডাউনলোড কৰিব পাৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com