নামৰূপ মহাবিদ্যালয়ত অধ্যক্ষৰ পদ খালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
নামৰূপ মহাবিদ্যালয়ত অধ্যক্ষৰ পদ খালী
Published on: 

নামৰূপ মহাবিদ্যালয়ত, মুখ্য শিক্ষকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : মুখ্য শিক্ষক

খালী পদৰ সংখ্যা : ০১টা

বয়স : উল্লেখিত নাই

দৰমহা : উল্লেখিত নাই

অৱস্থান : নামৰূপ, ডিব্ৰুগড়, অসম

অন্তিম তাৰিখ : ০১/১১/২০২১

আবেদন মাছুল : ৩,০০০/- টকা

শিক্ষাগত অৰ্হতা :

ইউ.জি.চি.ৰ নিয়মাৱলী অনুসৰি। শিক্ষাগত অৰ্হতা সমূহৰ উপৰি প্ৰাৰ্থী গৰাকীৰ নায়কত্ব গুণ, নিকা দৃষ্টিভংগী, শৈক্ষিক প্ৰশাসনত অভিজ্ঞ, সম্প্ৰসাৰণ কৰ্মৰত আৰু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় স্তৰৰ সম্পৰ্কৰ প্ৰমাণ থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

• DHE, অসমৰ অধিসূচনাৰ নিৰ্ধাৰিত ৰূপত প্ৰয়োজনীয় নথি পত্ৰ সহ নিজৰ আবেদন দাখিল কৰিব লাগিব। ইয়াৰ লগতে মূল্য ৩,০০০/- টকাৰ আবেদন মাছুল প্ৰধান শিক্ষকৰ দায়িত্বত থকা গৰাকী বা সম্পাদক,নামৰূপ মহাবিদ্যালয় লৈ, নামৰূপ পাঞ্জাব নেচনেল বেংকৰ ড্ৰাফট যোগে পৰিশোধ কৰিব লাগিব।

• আবেদন প্ৰেৰণ ঠিকনা : সভাপতি, কাৰ্য্যবাহী কৰ্তৃপক্ষ, নামৰূপ মহাবিদ্যালয়, পো.অ. : পৰ্বতপুৰ, পিন : ৭৮৬৬২৩, জিলা : ডিব্ৰুগড়, অসম

• সাক্ষাৎকাৰৰ বিষয়ে বাছনি কৰা প্ৰাৰ্থী সমূহক 0তি সোনকালে জনোৱা হ'ব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com