ৰাষ্ট্ৰীয় ৰাসায়নিক পৰীক্ষাগাৰত প্ৰকল্প সহকাৰীৰ প্ৰয়োজন

ৰাষ্ট্ৰীয় ৰাসায়নিক পৰীক্ষাগাৰে প্ৰকল্প সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ৰাষ্ট্ৰীয় ৰাসায়নিক পৰীক্ষাগাৰত প্ৰকল্প সহকাৰীৰ প্ৰয়োজন

খালী পদৰ সংখ্যাঃ ৩টা।

বয়সৰ সীমাঃ ৩৫ বছৰ।

নিযুক্তিৰ স্থানঃ পুনে।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৯-০৮-২০২০।

আবেদনৰ নিয়মঃ প্ৰাৰ্থীয়ে অহা ১৯ আগষ্টৰ সন্ধিয়া ৫-৩০ বজাৰ ভিতৰত biohod@ncl.res.inলৈ বায়োডাটা আৰু আবেদন পত্ৰ প্ৰেৰণ কৰিব পাৰিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com