Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় ৰাসায়নিক পৰীক্ষাগাৰৰ প্ৰকল্প সহযোগী- প্ৰকল্প সহায়ক নিযুক্তি

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে

ৰাষ্ট্ৰীয় ৰাসায়নিক পৰীক্ষাগাৰৰ প্ৰকল্প সহযোগী- প্ৰকল্প সহায়ক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Dec 2021 12:36 PM GMT


ৰাষ্ট্ৰীয় ৰাসায়নিক পৰীক্ষাগাৰৰ বিষয়েঃ

মহাৰাষ্ট্ৰৰ পুনেস্থিত ৰাষ্ট্ৰীয় ৰাসায়নিক পৰীক্ষাগাৰ (CSIR-NCL)-ত প্ৰতিষ্ঠা কৰা হয়। ই হৈছে বৈজ্ঞানিক আৰু ঔদ্যেগিক গৱেষণাৰ এটা গঠন উপাদান। CSIR-NCL হৈছে বিজ্ঞান আৰু জ্ঞান নিৰ্ভৰ গৱেষণা, বিকাশ আৰু আলোচক সংস্থা। ৰসায়ন বিজ্ঞান আৰু ৰাসয়ানিক অভিযান্ত্ৰিকৰ ক্ষেত্ৰত ই আন্তঃজাতিকভাবে খ্যাতিসম্পন্ন সংস্থা। লগতে বাণিজ্যিক দিশতো ই সফল সংস্থা।

ৰাষ্ট্ৰীয় ৰাসায়নিক পৰীক্ষাগাৰত নিযুক্তি ২০২২ঃ

ৰাষ্ট্ৰীয় ৰাসায়নিক পৰীক্ষাগাৰে প্ৰকল্প সহযোগী-১, প্ৰকল্প সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম

প্ৰকল্প সহযোগী-১, প্ৰকল্প সহায়ক।

খালী পদৰ সংখ্যা

২ টা।

বয়সৰ সীমা

৩৫-৫০ বছৰ।

দৰমহা

মাহিলী ২০ হেজাৰ টকাৰ পৰা ৩৫ হেজাৰ টকা।

চাকৰিৰ স্থান

পুণে, মহাৰাষ্ট্ৰ।

অন্তিম তাৰিখ

৩ জানুৱাৰী, ২০২২।

ৱেবছাইট

ncl-india.org

শিক্ষাগত অৰ্হতা:

প্ৰকল্প সহযোগীঃ বি ই / বি টেক / স্নাতকোত্তৰ ডিগ্ৰী।

প্ৰকল্প সহায়কঃ ডিপ্লমা।


আবেদনৰ প্ৰক্ৰিয়া:

প্ৰথমে অফিচিয়েল ৱেবছাইট প্ৰথমে অফিচিয়েল ৱেবছাইটncl-india.org চাওক আৰু আপুনি ৰাষ্ট্ৰীয় ৰাসায়নিক পৰীক্ষাগাৰৰ আবেদন কৰিব লগা নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক। ইয়াৰ চাকৰিৰ অধিসূচনা আৰু যোগ্যতা পৰীক্ষা কৰক। আবেদন প্ৰপত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক। কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক। আৱেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আৰু


প্ৰাৰ্থীয়ে অহা ৩ জানুৱাৰী, ২০২২ৰ ভিতৰত পোৱাকৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব।

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।


আৰু পঢ়ক:দাৰ্জিলিং পৌৰসভাত বিভিন্ন ধৰণৰ খালী


Next Story
চাকৰি