ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণত পদখালী

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ(এন এইচ এ আই)-এ নিম্মোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণত পদখালী
Published on: 

পদৰ নামঃ যুটীয়া পৰামৰ্শদাতা (Joint Advisor)

খালী পদৰ সংখ্যাঃ ১৩টা।

দৰমহাঃ মাহিলী ৯০ হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী, ভূপাল, নাগপুৰ, জয়পুৰ, কলকাতা, নতুন দিল্লী, চেন্নাই, হায়দৰাবাদ, পাটনা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৯-০৬-২০২০।

বয়সঃ সৰ্বোচ্চ ৬৫ বছৰ।

সবিশেষ জানিবলৈ http://www.nhai.gov.in চাওক। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com