Begin typing your search above and press return to search.

নেচনেল হাউছিং বেংকৰ চাকৰিৰ আবেদন আহ্বান

নেচনেল হাউছিং বেংকে উপ মহা-প্ৰৱন্ধক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

নেচনেল হাউছিং বেংকৰ চাকৰিৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Aug 2020 2:25 PM GMT

খালী পদৰ সংখ্যাঃ ১টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৮-০৮-২০২০।

বয়সৰ সীমাঃ নূন্যতম ৩৫ বছৰ আৰু সৰ্বোচ্চ ৬২বছৰ।

দৰমহাঃ মাহিলী ৫ লাখ টকা। স্থায়ী দৰমহাঃ ৩.৭৫লাখ টকা আৰু সালসলনি ঘটিব পৰা দৰমহা ১.২৫লাখ টকা।

প্ৰাৰ্থী বাছনিঃ চূড়ান্ত তালিকা প্ৰস্তুতৰ পাছত সাক্ষাতকাৰ গ্ৰহণ কৰা হ'ব।

আবেদন জনোৱাৰ বাবে NHB-ৰ ৱেবচাইট e www.nhb.org.in-চাওক।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক ।

আৰু চাব পাৰেঃ ডিজিটেল ইণ্ডিয়া নিগমত সঞ্চালক নিযুক্তিৰ বাবে আবেদন আহ্বান

Next Story