Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, অসমত বহু পদখালী

ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, অসমত খালী হোৱা নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে ৷

ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, অসমত বহু পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Sep 2020 12:51 PM GMT

পদসমূহঃ

সহযোগী অধ্যাপক(ছিনিয়ৰ ফেকাল্টী/ডিজাইনাৰ)

খালী পদৰ সংখ্যাঃ দুটা ৷

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ পৰা ডিজাইনৰ স্নাতকোত্তৰ ডিগ্ৰী বা ডিপ্ল'মা গ্ৰহণ কৰা হ'ব লাগিব ৷ ডিজাইনৰ ডক্টৰেট ডিগ্ৰী বিচৰা হ'ব পাৰে ৷

অভিজ্ঞতাঃ ডিজাইনৰ ক্ষেত্ৰত ন্যূনতম ১০বছৰৰ অভিজ্ঞতা থাকিব লাগিব ৷

বয়সৰ সীমাঃ ৫০বছৰতকৈ অধিক হ'ব নালাগিব ৷

সহকাৰী অধ্যাপকঃ

খালী পদৰ সংখ্যাঃ তিনিটা ৷

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ডিজাইনৰ স্নাতকোত্তৰ ডিগ্ৰী বা ডিপ্ল'মা ৷

ন্যূনতম অভিজ্ঞতাঃ সংশ্লিষ্ট ক্ষেত্ৰত ন্যূনতম সাত বছৰৰ কৰ্ম অভিজ্ঞতা ৷

বয়সৰ সীমাঃ ৫০বছৰতকৈ অধিক হ'ব নালাগিব।

বিত্ত আৰু একাউণ্টছ নিয়ন্ত্ৰকঃ

শিক্ষাগত অৰ্হতাঃ বাণিজ্যৰ স্নাতকোত্তৰ ডিগ্ৰী বা বিত্ত ব্যৱস্থাপনাৰ ডিগ্ৰী ৷ অথবা চি এ/ আই চি ডব্লিউ এ আদি ৷

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক

আৰু পঢ়িব পাৰেঃ ব্লাড বেংক টেকনিচিয়ান নিযুক্তিৰ বাবে স্বাস্থ্য সঞ্চালকালয়ৰ আবেদন আহ্বান

Next Story
চাকৰি