পদসমূহঃ
সহযোগী অধ্যাপক(ছিনিয়ৰ ফেকাল্টী/ডিজাইনাৰ)
খালী পদৰ সংখ্যাঃ দুটা ৷
শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ পৰা ডিজাইনৰ স্নাতকোত্তৰ ডিগ্ৰী বা ডিপ্ল'মা গ্ৰহণ কৰা হ'ব লাগিব ৷ ডিজাইনৰ ডক্টৰেট ডিগ্ৰী বিচৰা হ'ব পাৰে ৷
অভিজ্ঞতাঃ ডিজাইনৰ ক্ষেত্ৰত ন্যূনতম ১০বছৰৰ অভিজ্ঞতা থাকিব লাগিব ৷
বয়সৰ সীমাঃ ৫০বছৰতকৈ অধিক হ'ব নালাগিব ৷
সহকাৰী অধ্যাপকঃ
খালী পদৰ সংখ্যাঃ তিনিটা ৷
শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ডিজাইনৰ স্নাতকোত্তৰ ডিগ্ৰী বা ডিপ্ল'মা ৷
ন্যূনতম অভিজ্ঞতাঃ সংশ্লিষ্ট ক্ষেত্ৰত ন্যূনতম সাত বছৰৰ কৰ্ম অভিজ্ঞতা ৷
বয়সৰ সীমাঃ ৫০বছৰতকৈ অধিক হ'ব নালাগিব।
বিত্ত আৰু একাউণ্টছ নিয়ন্ত্ৰকঃ
শিক্ষাগত অৰ্হতাঃ বাণিজ্যৰ স্নাতকোত্তৰ ডিগ্ৰী বা বিত্ত ব্যৱস্থাপনাৰ ডিগ্ৰী ৷ অথবা চি এ/ আই চি ডব্লিউ এ আদি ৷