ৰাষ্ট্ৰীয় কুষ্ঠ ৰোগ প্ৰতিষ্ঠানৰ চাকৰিৰ আবেদন আহ্বান

নেচনেল জালমা ইনষ্টিটিউট ফৰ লেপ্ৰোছী এণ্ড মাইক্ৰোবেক্টেৰিয়েল ডিজিজিছে বায়োটেকনোলজিষ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ৰাষ্ট্ৰীয় কুষ্ঠ ৰোগ প্ৰতিষ্ঠানৰ চাকৰিৰ আবেদন আহ্বান
Published on: 

খালী পদৰ সংখ্যাঃ ১টা।

নিযুক্তিৰ স্থানঃ আগ্ৰা।

দৰমহাঃ মাহিলী ৬৫ হেজাৰ টকা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৬৫ বছৰ।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ www.jalma-icmr.org.in /www.icmr.nic.in চাওক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com