ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়ত পৰীক্ষা নিয়ন্ত্ৰক নিযুক্তি

ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়ে উপ-পৰীক্ষা নিয়ন্ত্ৰক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়ত পৰীক্ষা নিয়ন্ত্ৰক নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ ৭৮,৮০০ টকাৰ পৰা ২,০৯,২০০টকা।

বয়সৰ সীমাঃ ৫৬ বছৰতকৈ অদিক হব নালাগিব।

নিযুক্তিৰ স্থানঃ ইম্ফল।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৯-২০২০।

আবেদন জনোৱাৰ নিয়মঃ প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰতিলিপিসহ আবেদন পত্ৰ অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত পোৱাকৈ cell-recruitment@nsu.ac.in-লৈ প্ৰেৰণ কৰিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com