Begin typing your search above and press return to search.
ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ নিগমত সহকাৰী কাৰ্যবাহী নিযুক্তি
ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণ নিগম (এন বি চি চি)য়ে সহকাৰী কাৰ্যবাহী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷

খালী পদৰ সংখ্যাঃ ৬টা ৷
দৰমহাঃ মাহিলী ৪০হেজাৰ টকা ৷
শিক্ষাগত অৰ্হতাঃ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা বি চি এ আৰু এম চি এ হ'ব লাগিব ৷
বয়সৰ সীমাঃ সৰ্বোচ্চ ৩৫বছৰ ৷
চাকৰিৰ স্থানঃ নতুন দিল্লী ৷
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬/০৯/২০২০৷
আবেদনৰ নিয়মঃ আবেদন জনোৱাৰ বাবে www.Talent@nbccindia.comচাওক ৷
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক ৷
আৰু চাব পাৰেঃ বঙাইগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ অৰুণোদয় সহায়ক নিযুক্তি
Next Story